Petition Closed

A permanent and stable solution for the recurring floods in Assam

This petition had 4,273 supporters


 

 

Assam is facing the worst flood to have occured in the last 29 years. This year two waves of severe flood have maimed the state within a span of few weeks. Over 10 lakh people have been displaced, homes and properties destroyed, agricultural lands submerged, crops destroyed, livestock lost, wildlife lost and precious human life have been lost in the floods this year.  

The Brahmaputra Valley in Assam is one of the most hazard-prone regions of the country, with more than 40% of its land (3.2 million hectares) susceptible to flood damage. This is 9.4% of the coutry's total flood prone area. About 7% of land in the state's 17 riverine districts has been lost because of river erosion over the past 50 years, rendering a large number of people homeless and deprived of means of livlelihood.

Floods have been a perennial threat to the people of Assam since history. And every year is a repeat of loss of life and property to the swelling waters of the Brahmaputra and its tributaries. Since 1954, over 4.2 lakh hectares of land has been lost to erosion, that’s over 7.1% of the state. With 80% of the famous Kaziranga National Park submerged, Assam’s pride – the one-horned Rhinos and other wildlife across the state, have had to face the brunt of the floods. As of now, the human casualty is tolled at 150 and about 255 wildlife caracasses have been recovered. After the recession of the first wave of the 2017 floods, acres and acres of agricultural land have been rendered useless due to sand deposition. This is a grave loss for the agricultural output of the state.Damage to property has also been huge, entire villages are displaced and people have been forced to take shelter in the embankments. And every day new breaches of embankments occur leading to flooding of newer areas.

There have been excess focus on structural solutions rather than natural flood control mechanism based on local topography, which is essential in finding a long term solution.

We hope the present government will work in accordance to the Prime Minister's "Transforming India" motto and will genuinely try to find a permanent solution to this ominous affliction haunting the people of Assam.

বিগত ২৯ বছৰ অসমে প্ৰলয়ঙ্কৰী বানত দূৰ্ভোগ ভুগি আহিছে। এইবৰ্ষতো দুটাকৈ প্ৰলয়ংকাৰী বানে ৰাজ্যখনক জোকাৰি গৈছে।১০ লাখতকৈ অধিক মানুহ গৃহহীন হৈছে, ৰাইজৰ সম্পত্তি, কৃষিভূমি, শস্য, বন্যজগতৰ অশেষ ক্ষতিসাধন হৈছে।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৪০% (৬.২ মিলিয়ন হেক্তৰ) মাটি বানপীড়িত এলেকাৰ অন্তৰ্ভুক্ত। যোৱা ৫০ বছৰৰ ভিতৰত ৰাজ্যখনৰ মুঠ মাটিকালিৰ ৭ শতাংশ বানৰ কবলত জাহ গৈছে,। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৮০ শতাংশ ভূমি বান জৰ্জৰিত এলেকাৰ অন্তৰ্গত, যাৰ ফলত অসম গৌৰৱ এশিঙীয়া গড়ৰ লগতে বহুতো বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে। বানে কৃষিভূমি সমূহত বালি পেলাই কৃষিভূমিৰ উবর্তা নষ্ট কৰিছে। কৃষিভূমি মৰুপ্ৰায় হৈ পৰিছে। বানৰ কবলত পৰি বহু পৰিয়াল ঘৰ-বাৰী এৰি অন্য স্থানলৈ প্ৰবজন কৰিবলৈ বাধ্য হৈছে। কৃষিভূমি ধ্বংস, বৃহৎ পৰিমাণৰ সম্পত্তিৰ ক্ষতিসাধন, বাসগৃহৰ ক্ষতিসাধনৰ ফলত বান জৰ্জৰিত অঞ্চলৰ অৰ্থনৈতিক পৰিকাঠামো সম্পূৰ্ণৰূপে ভাগি পৰিছে।

বান সমস্যাই ইতিহাসৰ পৰাই অসমক জ্বলাকলা খুৱাই আহিছে।তথাপিও ইয়াৰ স্থায়ী সমাধানৰ বাবে আজিলৈকে কোনোধৰণৰ চিন্তা চৰ্চা নচলিল।অসমৰ বান সমস্যাৰ এটা বিজ্ঞানসন্মত অধ্যয়নৰ যোগেদি স্থায়ী সমাধানৰ ব্যৱস্থা লোৱাটো জৰুৰী হৈ পৰিছে।
আমি আশা ৰাখিছোঁ ভাৰত চৰকাৰে অসমৰ বান সমস্যাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বিজ্ঞানসন্মত অধ্যয়নৰ যোগেদি স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব আৰু চিৰদিনৰ বাবে অসমক বানৰ পৰা মুক্ত কৰিব।



Today: Himangshu is counting on you

Himangshu Kalita needs your help with “Narendra Modi : A permanent and stable solution for the recurring floods in Assam”. Join Himangshu and 4,272 supporters today.