স্কুল - কলেজ সমূহক কোভিদ-19 মহামাৰীৰ ভয়াবহতা বাবে OFFLINE পৰীক্ষাসমূহ বাতিল কৰাৰ অনুৰোধ।

The Issue

মাননীয় ছাৰ , বাইদেউ ও কলেজ কৰ্তিপক্ষৰ জেষ্ঠ সন্মানীয় লোক সকল - 

দিনক দিনে আকৌ ভয়ংকৰ ৰূপ লোৱা কৰুণা মহামাৰী আকৌ পুনৰ বাৰ সবল হৈ পৰিছে । আৰু ইয়াৰ বাবে প্ৰায় অধিকাংশ বিদ্যালয় - মহাবিদ্যালয় বন্ধ কৰি দিয়া হৈছে । ইয়াৰ মূলতে হল ছাত্ৰ ছাত্ৰী  ৰ শৰীৰ আৰু সুস্থ জীৱন ত পৰিব পৰা বেয়া প্ৰভাৱ ,

পৰীক্ষা লৈ আজিৰ দিনত মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী এ কোনো ভিত্তিত পিছ হুহুকি নাহে । কিন্তু  সুস্থ শৰীৰ আৰু সুস্থ দৈহিক , মানসিক অৱস্থা আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ , সুস্থ শৰীৰ থাকিলেহে আমি পৰীক্ষা দিব পাৰিম , আমি আমাৰ জীৱন এটা পৰীক্ষাৰ বাবে বিপদৰ দিশে ঠেলি দিব নোৱাৰোঁ , গতিকে চৰকাৰ তথা কলেজ কৰ্তিপক্ষ লৈ আমাৰ এটাই অনুৰোধ যে আমাক আমাৰ সুস্থ স্বাস্থ্য বৰ্তাই  ৰাখিব দিয়ক । মানৱ সম্পদ বোৰ ৰোগাক্ৰান্ত হলে দেশৰ ভৱিষ্যত অন্ধকাৰ ।

avatar of the starter
AKASH JYOTI BORAPetition Starter
This petition had 1,540 supporters

The Decision Makers

Online exam
Online exam

Petition Updates