Petition Closed

কুবুদ্ধিGB লক্ষ্মীনাথ তামুলীক গ্ৰেপ্তাৰ কৰিব লাগে

This petition had 8 supporters


অত্যন্ত লজ্জাজনক শব্দৰ প্ৰয়োগেৰে এই তথাকথিত কুবুদ্ধিGB জনে মাননীয় মুখ্যমন্ত্ৰী গৰাকীকে অকল অপমান কৰা নাই, যি সকলে HIV সংক্ৰমণ শৰীৰত লৈয়ো জীৱন সংগ্ৰাম চলাই আছে তেওঁলোকো উপলুঙা কৰিছে। শাসনলৈ অহাৰ দিনৰ পৰাই মাত্ৰ ৰাজ্য খনৰ উন্নতিৰ হকে যুঁজ দি অহা মুখ্যমন্ত্ৰীলৈ এনে অসাংবিধানিক লিখনি আগবঢ়োৱা কুবুদ্ধিজীৱি জন নিজে নিজৰ দোষবোৰ পাহৰিলে নেকি? আটা বেপাৰীৰ পৰা ঘোছ লৈ দুৰ্নীতি গাপ দিব খোজা দুৰ্নীতিৰ ৰক্ষক শ্ৰী মান লক্ষ্মীনাথ তামুলী ডাঙৰীয়াৰ মগজুৰ স্থিতি তেওঁৰ লিখনি চাইয়ে বুজা যায়। তেওঁৰ এই বিকৃত লিখনি প্ৰকাশ কৰা বাতৰি কাকত খনৰ মালিকৰ মানসিক স্থিতিও বুজিব পাৰি। শিক্ষা মন্ত্ৰী ডাঙৰীয়াই শিক্ষা বিভাগৰ উন্নতিৰ বাবে কত কি কৰা নাই? জধামূৰ্খৰ মাজত বহি নিজকে ৰজা বুলি ভবা কাকত এখনৰ মালিকৰ বিলাসী গাড়ী আৰু ৰাজকীয় জীৱনশৈলী দেখি সকলোৱে তেখেতৰ স্বৰূপ টো বুজি পাইছে। পুহি ৰখা কেইটামান চামছা কুবুদ্ধিজীৱিৰ দ্বাৰা হকে বিহকে ৰাজ্য চৰকাৰ খনৰ বিৰুদ্ধে লিখি সস্তীয়া জনপ্ৰিয়তা আহৰণ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাক ৰাইজে বুজিব বাকী নাই। আহক আমি আমাৰ মূখ্যমন্ত্ৰীৰ বিৰুদ্ধে কুট ৰচনা কৰা এই ব্যক্তি জনক ৰঙাঘৰৰ ভাত খুওৱাওঁ‌।



Today: Siddharth is counting on you

Siddharth Sarma needs your help with “Sarbananda Sonowal: কুবুদ্ধিGB লক্ষ্মীনাথ তামুলীক গ্ৰেপ্তাৰ কৰিব লাগে”. Join Siddharth and 7 supporters today.