STAND WITH PAPON DA

0 have signed. Let’s get to 10,000!


সেইটো চুমা ওঠত খোৱাৰ মানসিকতাৰে কৰাহেতেন কবলগীয়া একো নাছিল৷ কিন্তু কণমানি এজনীক মৰমেৰে এবাৰ গালত চুমা দিয়াটো অৰ্ণব গোস্বামীৰ দৰে কুকুৰে হেজাৰ চিঞৰ মাৰিলেও sexual harassment হব নোৱাৰে৷ আনকি কণমানি জনীৰ পিতৃ মাতৃয়েও এই কথা সদৰী কৰিছে যে তেনে কোনো অপকৰ্ণ কৰাৰ মানসিকতাৰে পাপন দাই কণমানি জনীক চুমা খোৱা নাই৷

এয়াই সময় অসমীয়া জাতি এক হৈ দুষ্ট দালাল ব্যভিচাৰী কেইজনৰ হাতৰ পৰা এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পীৰ প্ৰতি সন্মান জনোৱাৰ৷ অনুগ্ৰহ কৰি আমাক সহযোগ কৰক৷ পাপন দাক নিৰ্দোষী প্ৰতিপন্ন কৰক৷

ফেচবুকত STAND WITH PAPON DA বুলি পোষ্ট কৰক আৰু আপোনাৰ বন্ধুবৰ্গকো কৰিবলৈ কওক৷ অনুৰোধ কৰিছো, এজন শিল্পীৰ বাবে এইখিনি কৰক৷



Today: Dhiraj Kumar is counting on you

Dhiraj Kumar Nath needs your help with “Facebook: STAND WITH PAPON DA”. Join Dhiraj Kumar and 8,695 supporters today.