Petition Closed

Transfer of Weight bridge at Bengenakhowa

This petition had 57 supporters


গোলাঘাটৰ ব্ঙেনাখোৱাত থকা খেতান ওৱে ব্ৰিজ খনৰ সন্মুখত সদায় যান-জতৰ সম্মুখীন হব লগা হয় সাধাৰণ জনতাৰ। আজি 12 বছৰে সেইটো ৰাস্তাৰে অহা যোৱা কৰি আছো । বহুতো দুৰ্ঘটনা হৈছে বহু জনে প্ৰান হেৰুৱাইছে। এই সম্পৰ্কে গোলাঘাটৰ উপায়ুক্ত মহোদয়ক অবগত কৰা হৈছিল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অবগত কৰা হৈছিল কিন্তু একো সমাধান নহল। জনতাৰ সমস্যাক আওকাণ কৰি কিমান দিন থাকিব। ৰাইজৰ মতামত বিছৰা হল এইখন বন্ধ হৱ লাগে নে নালাগে। 



Today: All Assam OBC Students union is counting on you

All Assam OBC Students union needs your help with “All Assam OBC Students union: Transfer of Weight bridge at Bengenakhowa”. Join All Assam OBC Students union and 56 supporters today.